Plan of Action

HEALTH EDUCATION

We go to remote places and try to educate the villagers about the health and hygiene. They lack the minimum knowledge about our health and common diseases. We want to teach them about healthy food habits, pure water intake, healthy lifestyles including regular physical exercise and unhealthy habits of children. We focus on the adverse effects of our unhealthy environments and lifestyles and teach the general people about the common diseases arising from these factors. We also stress on utility of yoga habits in disease prevention. Awareness program also includes knowledge regarding how to be aware of someones ill health and what to do once detected and when to consult doctor. We try to give them minimum knowledge regarding preventive measures and first aid treatment for common health related problems. We also give them assurance that they should not have undue fear regarding all type of diseases. We want to guide people so that they can receive the best treatment modalities available in our state. We also give stress on psychological and social health through psychological councelling where appropriate.

We are also interested to conduct CME and workshops in rural areas to share latest updates in various medical fields among the rural doctors and paramedical staffs.

We are doing all these through lectures, group discussion, drama, distribution of leaflets and booklets, publishing articles in newspaper or magazines.

FREE HEALTH CHECKUP AND TREATMENT

We have been conducting free health checkup camps with the help of about ten doctors from various specialities. We conduct free health checkup camps in rural villages where people do not get doctors to consult regarding their ailments.We have got one cardiologist, one head and neck cancer surgeon, one medicine specialists, one psychologist, one gynaecologist and five general practitioners. We also have got a team of technicians. All of us are serving selflessly with our best efforts to help those poor and needy patients. We examine the patients free of cost with the best quality equipment and advice the patients according to their gravity of situation. We are also keeping records of all these data for future followup. We distribute medicines free of cost necessary for the common ailments. We also provide free ambulance service to the patients who needs advanced diagnostic and treatment procedure in our tartiary care centers located in Guwahati. We try to provide those poor patients who needs advanced treatment or surgical procedures at a very low cost.We are planning to conduct this type of camps in each and every remote areas of our state and also recruiting volunteers from all districts.

We are also planning for a health insurance system for the BPL cardholders so that they can get free treatments in any government or private hospital.

Along with free health checkup we are also planning research works on our population regarding prevalence of some diseases and their etiologies, nutritional deficiencies etc.


ৰোগ নিৰাময় আৰু প্ৰতিৰোধ -প্ৰত্যাহ্বান অতিক্ৰমী জীৱন অভিমুখী যাত্ৰা….

ৰোগ নিৰাময় আৰু প্ৰতিৰোধৰ বাবে কাল কালান্তৰ ধৰি মানুহৰ সংগ্ৰাম অব্যাহত আছে।ইতিহাসে ঢুকি নোপোৱা সময়তো ৰোগ আছিল আৰু ৰোগৰ বিৰুদ্ধে যুঁজ।সময় অতিক্ৰমি আমাৰ পৃথিৱীখন এতিয়া বিজ্ঞান-প্ৰযুক্তিৰে সমৃদ্ধ।তাহানি অসাধ্য বুলি ভবা বহু কামেই এতিয়া সহজসাধ্য হৈ পৰিছে। চিকিৎসা বিজ্ঞানো ৰৈ থকা নাই।নিত্য নতুন আবিস্কাৰ; ন ন কৌশলেৰে চিকিৎসা বিজ্ঞানে চমকপ্ৰদ সাফল্য অৰ্জন কৰিছে। কিন্তু প্ৰত্যাহ্বানৰ বিষয়টো হ’ল ৰোগ-ব্যধিয়েও নতুন নতুন ৰূপেৰে আমাক খেদি ​​ফুৰিছে। ৰোগ -ব্যধিৰ এই প্ৰত্যাহ্বান গ্ৰহন কৰিয়ে ভূমিস্ঠ হৈছে ”দ্য হাৰ্ট”। আমাৰ উদ্দেশ্য এক জীৱন অভিমুখী যাত্ৰা।বেমাৰ আজাৰৰ স’তে জড়িত হৈ থাকে ৰোগিৰ অৰ্থনৈতিক অৱস্থা আৰু আমাৰ সমাজ ব্যৱস্থা। আজি কালি বহু ৰোগৰ নিৰাময় আৰু প্ৰতিৰোধ সম্ভৱ হোৱাৰ পাছতো অৰ্থনৈতিক দুৰাৱস্থাৰ বাবেই ৰোগীয়ে জীৱনৰ পৰা মেলানি মাগিব লগীয়া হয়। এতিয়াও আমাৰ ৰাজ্যখনত – দেশখনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ (BPL)লোকে গিজগিজাই আছে। চিকিৎসা ব্যয়বহুল হোৱা বাবে এনে লোকৰ মৃত্যুৰ হাৰো অধিক । ফলত দেশে হেৰুৱাই আহিছে মানৱ সম্পদ।আনহাতে আমাৰ সমাজব্যৱস্থা এনে হৈ আছে যে বিভিন্ন ক্ষেত্রত সজাগতা শুন্যপ্ৰায়। সজাগতাৰ অভাৱতো বহু জনসাধৰন অসুস্থতাতে লোমহৰ্ষক মৃত্যুক সাৱটি ল’বলগীয়া হয়।ইয়াৰ পটভুমি ‘দ্য হাৰ্ট’ৰ জন্ম। অসমৰ্থজনক মানৱীয়তাৰ সহায়ৰ হাত আগবঢোৱা আৰু ৰাইজক সজাগ কৰাই আমাৰ লক্ষ্য। শৰীৰ থকা মানেই শাৰিৰীক অসুস্থতাও থাকিব।এয়াই চিৰন্তন সত্য।’দ্য হাৰ্ট’এ বিচাৰে অসুখমুক্ত এখন সূন্দৰ পৃথীৱী।’দ্য হাৰ্ট’ ও কামনা কৰে চৌদিশ মুখৰিত হওক জীৱনৰ জয়গানেৰে। জীৱনৰ জয়গান গাৱলৈ জীৱনতো থাকিবই লাগিব।সেইবাবেই ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰাৰ বিকল্প নাই।গতিকে ৰোগ বুলিলেই হতাশগ্ৰস্থ হোৱাৰ পৰিবৰ্তে আমি নিজকে গঢ়িব লাগিব সাহসী সৈনিক হিচাপে। সুস্থ জীৱন শৈলীৰ বাবে প্ৰাথমিক চৰ্ত হ’ল অনুকুল-বাসোপযোগী প্ৰকৃতি। মানুহ প্ৰকৃতিতে জীয়াই থাকে।অম্লজান-আহাৰ-দৰৱ সকলো প্ৰকৃতি সম্ভুত। সেইবাবেই ”দ্য হাৰ্ট”ৰ আহ্বান – প্ৰকৃতিকো লালন-পালন কৰো আহক। মানুহৰ দৰে জীৱকূলৰ দৰে গছবোৰৰো আছে জীৱন । মাটিৰ আছে সন্জ্ঞীৱনী শক্তি। আমাৰ প্ৰকৃতিক আমিয়ে সুৰক্ষিত কৰিব লাগিব। জীৱনৰ বাবে; জীৱন অভিমুখী যাত্রাৰ বাবে ”দ্য হাৰ্ট”ৰ এই যাত্রাপথত আপোনালোকেই দিক্ নিৰ্দেশক।
আমি ৰোগৰ বিৰুদ্ধে যুজিম….
সুস্থ জীৱন উৎযাপন কৰিম….
প্ৰকৃতি আমাৰ……
আমি প্ৰকৃতিৰ…….